অসম

চেঙাত পংকজ পাঠকৰ চিকিৎসা প্ৰদান

প্ৰথম খবৰ, চেঙা : ঐক্য সন্মিলনৰ সহযোগত বৰপেটা জিলাৰ চেঙাস্থিত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত আজি বিয়লি পংকজ পাঠকৰ ৰোগ নিৰাময় আলোচনা সভাত বৃহত্তৰ চেঙা অঞ্চলৰ প্ৰায় শতাধিক লোকৰ সৈতে মত বিনিময় কৰি বিভন্ন ৰোগৰ বনৌষধিৰে কিদৰে নিৰাময় কৰিব পাৰি তাক জনায়। কিছু লোকে তেওঁৰ পৰা দৰব সংগ্ৰহ কৰে বুলি জানিবলৈ দিয়ে চেঙা ঐক্য সন্মিলনৰ সভাপতি -সম্পাদক ক্ৰমে অঞ্জন কুমাৰ ৰয় আৰু মহানন্দ পাঠকে।

Related Articles

Leave a Reply

Close