অসম

চৰাইদেউ সমবায় সমিতিৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ 

প্ৰথম খবৰ, শিমলুগুৰি: আজি অনুষ্ঠিত চৰাইদেউ সমবায় সমিতিৰ নিৰ্বাচনত Voter Slip ক কেন্দ্ৰ কৰি ব্যাপক উত্তেজনা। প্ৰিজাইডিংৰ চহী নথকা কাৰ্ড লৈ ভোট দিবলৈ গৈ ধৰা পৰিল এজন ।
ঘটনাক কেন্দ্ৰ কৰি নিৰ্বাচনী ক্ষেত্ৰত তীব্ৰ উত্তেজনাৰ খবৰ পোৱা গৈছে। নিৰ্বাচনী ক্ষেত্ৰ এৰি আঁতৰিল মেজিষ্ট্ৰেট।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close