অসম

জোনাইত ৰন্ধন গেছ বিতৰণ

প্ৰথম খবৰ, জোনাই: জোনাইত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ বিতৰণ। টাউন ক্লাৱত অনুষ্ঠিত বিতৰণী সভাত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূরন পেগু, ধেমাজিৰ বিধায়ক ডঃ ৰনোজ পেগু, অইল ইন্ডিয়াৰ এম এম হুচেইন , জোনাইৰ মহকুমাধিপতি যাদব পেগু, নিৰ্বাচনী বিষয়া সঞ্জীৱ ফুকনৰ লগতে কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে। সভাত ২০ গৰাকী মহিলাক ৰন্ধন গেছ বিতৰণ কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ শুভ উদ্বোধন কৰা হয়।⁠⁠⁠⁠

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close