অসম

টেঙাখাতত বান সাহায্য সংগ্ৰহ

প্ৰথম খবৰ,টেঙাখাত: আজি দিনৰ দহ বজাৰ পৰা টেঙাখাত চহৰত লাহোৱাল ছাত্ৰ সমাজৰ উদ্যোগত ডিব্ৰুগড় জিলা বানাক্ৰান্ত লোকসকলক সাহায্য আগবঢ়াব বাবে টেঙাখাতবাসী ৰাইজৰ পৰা সামগ্ৰী কৰা হয়।টেঙাখাত মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰই এই কাৰ্যসূচীত সহায় সহযোগ আগবঢ়ালে লগতে ৰাইজে ছাত্ৰ সমাজৰ এই কাৰ্যত পূৰ্ণ সহযোগিতা আগবঢ়ায়। টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ, ইউকো বেংক পৰিচালকৰ লগতে বাসী ৰাইজলৈ ধন্যবাদ জনাইছে ছাত্ৰ সমাজে ।

Related Articles

Leave a Reply

Close