অসম

ডিগবৈত প্ৰাক্তন বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ স্মৃতিচাৰণ সভা

প্ৰথম খবৰ,ডিগবৈ : যোৱা ১০ জুলাইত স্বৰ্গগামী হোৱা ডিগবৈ প্ৰাক্তন বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ এক স্মৃতিচাৰণ অনুষ্ঠান আজি অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভা উপসভাপতি প্ৰহ্লাদ তাছা, ডিগবৈৰ বিশিষ্ট সাহিত্যিক পুণ শইকীয়াকে আদি কৰি বহু ব্যক্তি উপস্থিত থাকি প্ৰয়াত ধানোৱাৰৰ জীৱনাদশ ওপৰত আলোকপাত কৰে। সভাত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয় ।

Related Articles

Leave a Reply

Close