অসম

ডিমা হাচাওত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

প্ৰথম খবৰ,হাফলং: ডিমা হাচাও আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ লাংটিঙত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷ আৰক্ষী অধীক্ষক বিবেকৰাজ সিংহৰ নেতৃত্বত চলা এই অভিযানত এটা একে ৪৭, দুটা মেগজিন, ১০০ সজীৱ গুলীৰ লগতে এটা চাইনীজ হেণ্ড গ্ৰেনেড উদ্ধাৰ হয় ৷ এই সংক্ৰান্তত এজনক আটক কৰাৰ লগতে লাংটিং আৰক্ষী থানাত ২৭/২০১৭ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে ৷

Related Articles

Leave a Reply

Close