অসম

ঢকুৱাখনাত সম্বৰ্ধনা অনুষ্ঠান

প্ৰথম খবৰ,ঢকুৱাখনা: উজনি জালভাৰী যুৱক সংঘ, মহিলা সমিতি আৰু মইনা পাৰিজাতৰ সৌজন্যত “গ্ৰীষ্মকালীন বাৰ্ষিক অধিৱেশন”। নতুন প্ৰজন্মৰ কাৰণে তিনিটা বিশেষ দিন “গ্ৰীষ্মকালীন বাৰ্ষিক অধিৱেশন”ৰ আজি অন্তিম দিনা উজনি জালভাৰী গাঁৱৰ ৰাইজৰে মিলি কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলক সম্বর্ধনা জনায়।

Related Articles

Leave a Reply

Close