অসম

ঢকুৱাখনাৰ বৃহত্তৰ বালিত অংকীয়া ভাওনা

প্ৰথম খবৰ, ঢকুৱাখনা: বিগত বছৰৰ দৰে এই বছৰো বৃহত্তৰ বালি গাঁৱৰ ৰাইজে নামঘৰত গাঁৱৰ ডেকা, বৃদ্ধ লগতে সকলো ৰাইজ মিলি গাওঁখনৰ মঙ্গলৰ কাৰণে এদিনীয়াকৈ আয়োজন কৰিলে বৰসবাহ লগতে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওঁনা ।

Related Articles

Leave a Reply

Close