অসম

তিতাবৰত ছয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ তীব্ৰ প্ৰতিবাদ, এক ঘণ্টা ধৰি অৱৰোধ অমৃতসৰ এক্সপ্ৰেছ

প্ৰথম খবৰ, তিতাবৰ: ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগই ক্ৰমাৎ অগ্নিগৰ্ভা কৰি তুলিছে ৰাজ্যৰ পৰিস্থিতি। অসম বন্ধৰ পাছত এইবাৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই ৰূপায়ন কৰিলে ৰে’লপথ অৱৰোধ কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে তিতাবৰতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঐক্যমঞ্চৰ। তিতাবৰত নামনিমুৱা অমৃতসৰ এক্সপ্ৰেছ আৱদ্ধ কৰি কঠোৰ হুংকাৰ দিলে ঐক্যমঞ্চই। শীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনালে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই।

Related Articles

Leave a Reply

Close