অসম

তেজপুৰত আছাৰ ধৰ্ণা

প্ৰথম খবৰ, তেজপুৰ: মন্ত্ৰী পল্লৱ লোচন দাসে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলি ঠাৰত উঠা-বহা কৰে। মন্ত্ৰী দাস চাহ জনজাতিৰ প্ৰতিনিধি হৈয়ো চাহ জনজাতি লোকসকলৰ উন্নয়নৰ কথা চিন্তা নকৰে। এই অভিযোগ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে। আদিবাসী ৰাইজক জনজাতিকৰণ কৰা, আদিবাসীসকলৰ মজুৰি দৈনিক ৩৫০ টকালৈ বৃদ্ধি কৰক, আদিবাসীসকলক  খোৱাপানী, বাসগৃহ যোগান ধৰাৰ দাবী তুলি আজি দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী পালন কৰি জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰে।

Related Articles

Leave a Reply

Close