অসম

তেজপুৰত বেংক ডকাইতি

প্ৰথম খবৰ,তেজপুৰ: বেংকত ধন লেনদেন কৰিবলৈ গলে সৱাধান । বেংকত ধন থবলৈ গলে সাৱধান হব।তেজপুৰৰ ইণ্ডাষ্ট্ৰিয়েল বেংকত ৰঙাপৰাৰ মজিবুৰ ৰহমানে এখন গাড়ি কিনাৰ বাবে ৪ লাখ ৫০ হাজাৰ টকা জমা দিৱলৈ আহিছিল কিন্তু বেংকৰ ভিতৰৰ পৰা ৰহস্য জনক ভাৱে ধন লৈ উধাও হয় দুৰ্বৃত্ত । এই ঘটনাৰ পিছত তেজপুৰ আৰক্ষীৰ ওচৰত মজিবুৰ ৰহমানে এজাহাৰ দাখিল কৰিছিল । আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰি আৰক্ষীয়ে বেংকৰ চিচি কেমেৰাৰ ভিডিঅ ফুটেজ সংগ্ৰহ কৰি পৰীক্ষা কৰে । পৰীক্ষাত বেংকৰ কৰ্মচাৰূ জড়িত থকাৰ সন্দেহ কৰি চাৰিজন কৰ্মচাৰীক আটক কৰি সোধপোচ কৰিছে ।

Related Articles

Leave a Reply

Close