অসম

দক্ষিণ শালমাৰাত এটি তিনি বছৰীয়া শিশুৰ মৃত্যু

প্ৰথম খবৰ,  হাটশিঙিমাৰী: দক্ষিণ শালমাৰাৰ ৰাধুৰাম চাৰিআলিত বানত এটি তিনিবছৰীয়া শিশুৰ মৃত্যু হয়। শিশুটিৰ নাম মকলেজ খাতুন। খেলি থকা অৱস্থাত পানীত পৰি শিশুটি নিহত হয়।

Related Articles

Leave a Reply

Close