শীৰ্ষৰাষ্ট্ৰীয়

দ্যা ৰিয়েল হিৰ’ অব ইণ্ডিয়া

প্ৰথম খবৰ, এণ্টাৰটেইমেণ্ট ডেক্স: কোনো ফিল্ম বা চিনেমাৰ হিৰ’ নহয়, ৰিয়েল লাইফৰ হিৰ’ গুজৰাজটৰ এজন গাড়ীচালক। প্ৰায় ৫০ জন যাত্ৰীক অমৰনাথলৈ ভ্ৰমণ কৰোৱাবলৈ নিয়াৰ পথত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কৰালে গুজৰাটৰ মহম্মদ ছেলিম নামৰ গাড়ী চালকজনে। যাত্ৰা পথত হঠাৎ সন্ত্ৰাসবাদীৰ গুলীৰ পৰা ৰক্ষা কৰি প্ৰকৃত মুছলমান আৰু সাহসিকতাৰ পৰিচয় দিলে সাধাৰণ গাড়ীচালকজনে। মহম্মদ ছেলিমৰ সাহসিকতাৰ ওপৰত গুজৰাট চৰকাৰে মুঠ ৫ লাখ টকা আৰু জম্মু কাশ্মীৰ চৰকাৰে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে।

Related Articles

Leave a Reply

Close