অসম

ধুবুৰী জিলাত মটৰ শ্ৰমিকৰ সজাগতা সভা

প্ৰথম খবৰ, গোলকগঞ্জঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত আজি ধুবুৰীৰ নতুন বাছ আস্থানত মটৰ শ্ৰমিক কল্যাণ সজাগতা সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ধুবুৰী জিলাৰ উত্তৰ গোৱালপাৰা জিলা মটৰ শ্ৰমিক সন্থা আৰু পশ্চিম সীমান্ত মটৰ কৰ্মী সন্থা আৰু ধুবুৰী জিলা ট্ৰাক ড্ৰাইভাৰ ইউনিয়ন আদিকে ধৰি বিভিন্ন মটৰ শ্ৰমিক উপস্থিত থাকে। পৰিষদৰ সাধাৰণ সম্পাদক আব্দুল ৰেজ্জাক আহমেদৰ নেতৃত্বত মটৰ শ্ৰমিক কল্যাণ সজাগতা সভা অনুষ্ঠিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close