অসম

ধেমাজিত জাতীয়তাবাদী যুৱ ছাত্ৰ শৈক্ষিক সামগ্ৰী আৰু কৃষি সা – সঁজুলি বিতৰণ অনুষ্ঠান

প্ৰথম খবৰ, ধেমাজি: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শুক্ৰবাৰে ধেমাজি গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত ১২ জন দৰিদ্ৰ কৃষকক কৃষি সা – সঁজুলি বিতৰণ কৰা হয়৷ জাপি, কোৰ, নাঙলৰ ফাল আৰু শস্যৰ বীজ বিতৰণ কৰা অনুষ্ঠানটোত জাতীয়তাবাদী যুৱ ছাত্ৰৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাতুল বৰগোঁহাই, ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বুদ্ধিন্দ্ৰ বৰুৱা , ধেমাজি গাৰ্লছ কলেজৰ অধ্যক্ষ দীপক বৰগোহাইকে আদি কৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

Related Articles

Leave a Reply

Close