অসম

নগাঁওৰ হাতীচোংত আৰ এচ এছৰ গুৰু পূর্ণিমা উৎসৱ উদযাপন

প্ৰথম খবৰ,জাজৰি: নগাৱৰ খাগৰিজান খণ্ডত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ বাষির্ক গুৰুপূর্ণিমা উৎসৱ উদযাপন। হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ প্রাঙ্গনত উক্ত অনুষ্ঠানটি এক ব্যতিক্ৰমী ধৰণেৰে আয়োজিত কৰা হ’ল। আজি আয়োজিত অনুষ্ঠানটোত বহু সংখ্যক লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close