অসম

নগৰবেৰাৰ ২ নং টুপামাৰীত অঘটন

প্ৰথম খবৰ, নগৰবেৰা: বাৰিষাৰ বাঢ়নিপানীত পৰি নিৰুৰ্দ্দেশ উম্মে ছালমা নামৰ দুই বছৰীয়া কন্যা শিশু৷ পৰিয়ালৰ লোক তথা গাঁৱৰ একাংশ ৰাইজে
নিশাৰ আন্ধাৰতো শিশুটিৰ সন্ধান অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈ কেনো সন্ধান উলিয়াব পৰা নাই শিশুটিৰ। শিশুটিৰ পিতৃৰ নাম ইন্নুছ আলী ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close