অসম

নাওবৈচাৰ বহু ঠাইত বিদ্যুৎ নোহোৱাত যোগাযোগ বিচ্ছিন্ন

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰৰ নাওবৈচা,লালুক, বঙালমৰাত বিদ্যুৎ নোহোৱাত যোগাযোগ বিচ্ছিন্ন৷ ৰঙানদীৰ বাঢ়নী পানীয়ে তাণ্ডৱ চলাই ৰাষ্ট্ৰীয় ঘাইপথ চিঙি হাহাকাৰ কৰাৰ লগতেই কালিৰ পৰা বিদ্যুৎ নোহোৱাৰ বাবে আজিৰ পৰা প্ৰত্যেকৰ হাতৰ মোবাইল ফোন সমূহ বিকল হৈ পৰিছে৷ কাৰোবাক বিশেষ জৰুৰীভাৱে খবৰ দিব লগা হ’লেও দিব নোৱাৰাত পৰিছে জনসাধাৰণ৷ লগতে তিনি দিন ধৰি অসুবিধা দিছে বি.এছ.এন.এল ৰ নেটৱৰ্কে ৷

Related Articles

Leave a Reply

Close