শেহতীয়া
Home / ৰহঘৰা / নিউয়ৰ্কৰ ড্ৰেছ

নিউয়ৰ্কৰ ড্ৰেছ

আজিকালিৰ আপীবোৰ!
কাপোৰৰ শ্বোৰুমত গৈ ড্রেছ পছন কৰে আৰু ট্রায়াল দিবলৈ চেঞ্জিং ৰুমত সোমায়।
তাত ড্রেছযোৰ পিন্ধি selfie তুলি ফেচবুকত আপলোড কৰে!
পিছত ওলাই আহি কয় ভাল লগা নাই আৰু বেলেগ শ্বোৰুমত যায়!
ইফালে গোটেই দিনটো ড্রেছযোৰৰ ওপৰত লাইক কমেণ্ট আহি থাকে!
ওৱাও….nice dress!
কোনোবাই সুধিলে কয় – পেহীয়ে পঠাইছে নিউয়ৰ্কৰ পৰা!

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*