অসম

পথৰ কাষত বাগৰিল ডাম্পাৰ

প্রথম খবৰ, জাজৰি: সোণাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন ডাম্পাৰ ৰহধলাৰ ৰাজপথত এজনী গৰুৰ লগত মুখামুখী হোৱাত গৰু বচাবলৈ গৈ গাড়ীখন বাগৰি পৰে। জানিব পৰা মতে, পথৰ অৱস্থা বহু পৰিমানে ভাল নহয়। গাড়ী চালক বত্তর্মান সুস্থ অৱস্থাত আছে। গাড়ীৰ নম্বৰ বত্তর্মান অস্পষ্ট হৈ গৈছে।

Related Articles

Leave a Reply

Close