অসম

পানবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত ট্ৰাক দুৰ্ঘটনা

প্ৰথম খবৰ, পানবাৰী: আজি ৰাতিপুৱা ৮ মান বজাত পানবাৰী ২০ নং অসম আৰক্ষী বেটেলিয়ান কেম্পৰ ২ নং গেটৰ সন্মুখত দুখন ট্ৰাকৰ মাজত সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত জেকে ১৪ বি ৮৫২৩ নম্বৰৰ ট্ৰাকখন ৰাস্তাৰ পৰা ফালৰি কাটি পৰে। টি এন ৮৪ ওৱাই ৯১৩৯ নম্বৰৰ ট্ৰাকখনৰ বেছি ক্ষতি হোৱা নাই  যদিও ট্ৰাকখনে কঢ়িয়াই নিয়া দিয়াচলাই বাহিৰত ওলাই পৰে। দিয়া চলাইখিনি পেৰাচ্যুত মাৰ্কাৰ আছিল। উক্ত দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

Related Articles

Leave a Reply

Close