ৰহঘৰা

পাপু-পিংকি

পাপুৰ পিংকিক ভাল লাগে আৰু পিংকিৰ পাপুৰ ভায়েকক ভাল লাগে ।
কিন্তু পাপুৰ ভায়েকৰ পিংকিৰ ভনীয়েকক ভাল লাগে আৰু পিংকিৰ ভনীয়েকে পাপুক ভাল পায়।
যিহেতু পাপুৱে প্ৰথমে পিংকিক বিচাৰে…
এতিয়া যিহেতু পিংকিৰ পাপুক ভাল নালাগে আৰু পাপুৰ ভায়েকে পিংকিৰ কাৰণে ৰাজি নহয় আৰু পাপুৱে পিংকিৰ ভনীয়েকক ভাল নাপায় আনহাতে পিংকিৰ ভনীয়েকৰ পাপুৰ ভায়েকক ভাল নালাগে ….
আৰে সেইটো সিহঁতৰ ব্যক্তিগত সমস্যা আপোনালোকে কিয় মূৰ গৰম কৰে ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close