অসম

প্ৰাক্তন আলফাৰ সমিতি গঠন 

প্ৰথম খবৰ, শিমলুগুৰি: সদৌ অসম প্ৰাক্তন আলফা সমন্বয় সমিতিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ উদ্যোগত আজি শিমলুগুৰি নাট্য মন্দিৰত তিলক কোঁৱৰৰ সভাপতিত্বত নাজিৰা আঞ্চলিক প্ৰাক্তন আলফা সমন্বয় সমিতিখন ২১ জন সদস্যৰে গঠিত কৰা হয়। কেন্দ্ৰীয় তথা জিলাৰ লগতে নাজিৰা সমষ্টিৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰা সভা খনত নিজৰ প্ৰাপ্য আৰু সামাজিক দায়বদ্ধতা ওপৰত আলোচনা কৰাৰ লগতে তৰুণ গগৈক সভাপতি আৰু ৰূমণ বৰুৱাক সম্পাদক হিচাপে আঞ্চলিকখনৰ দায়িত্ব দিয়া হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close