অসম

প্ৰাক্তন বিধায়ক ৰামেশ্বৰ ধানোৱাৰৰ দেহাৱসান

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰ আজি পুৱা প্ৰায় সাত বজাত অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। প্ৰবিন ৰাজনীতিবিদ জনৰ মৃত্যুত ডিগবৈ বিধায়ক সুৰেন ফুকনৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থা আৰু ডিগবৈ প্ৰেছ ক্লাৱকে আদি কৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close