অসম

বকোত আৰছুৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ, বকো: বকোৰ গান্ধী মৈদানত আৰছুৰ প্ৰতিবাদী কাৰ্যসূচী। কামৰূপ জিলা সমিতিৰ আহ্বানত অৱস্থান ধৰ্মঘট। ৰাভা হাছং এলেকালৈ মহানগৰ সম্প্ৰসাৰণ কৰাত বিৰোধিতা । বিভিন্ন শ্ল’গানত উত্তাল বকো। বহুকেইটা জাতীয় সংগঠনৰ প্ৰতিবাদত অংশগ্ৰহণ।

Related Articles

Leave a Reply

Close