অসম

বকোত পত্নীক ঘপিয়াই হত্যাৰ চেষ্টা কৰি নিজৰ আত্মহত্যা

প্ৰথম খবৰ,বকো: বকোৰ মালাং বামুণীগাওঁত ভয়ংকৰ ঘটনা । স্বামীয়ে দাৰে ঘপিয়াই পত্নীক হত্যাৰ চেষ্টা । পাছত স্বামী কংগ্ৰেছ ৰাভাৰ চিপলৈ আত্মহত্যা । পত্নী দিপালী ৰাভাক সংকট জনক অৱস্থাত G.M.C.H.লৈ প্ৰেৰণ । অঞ্চল জুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি ।

Related Articles

Leave a Reply

Close