অসমশীৰ্ষ

বন্যাৰ্তৰ কাষত জুবিনৰ অনুৰাগী

নিউজ ডেস্ক, প্ৰথম খবৰ: বন্যাৰ্তৰ বাবে সাহায্য সংগ্ৰহৰ কাৰ্যসূচী গ্ৰহণ কৰিছে জুবিন গাৰ্গ ফেন ক্লাবে। অহা সোমবাৰে অসমৰ বিভিন্ন প্ৰান্তত থকা জুবিন গাৰ্গ ফেন ক্লাবৰ শাখাসমূহে বান সাহায্য কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিছে সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ সভাপতি অনুপ বৰুৱাই। আৰু এই কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে আঞ্চলিক সমিতিসমূহক সংশ্লিষ্ট জিলাৰ প্ৰশাসনৰ পৰা অনুমতি ল’বলৈ আহ্বান কৰিছে বৰুৱাই।

Related Articles

Leave a Reply

Close