অসম

বাক্সাৰ কালপানীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ এবিএমছুৰ

প্ৰথম খবৰ,শালবাৰী: বাক্সাৰ শালবাৰীৰ কালপানীত এবিএমছুৰ প্ৰতিবাদ । বিজেপি মূৰ্দাবাদ ধ্বনিৰে উত্তাল কালপানী । মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ পূত্তলিকা দাহ শালবাৰী জিলা এবিএমছুৰ । কালি গোৱালপাৰাত আৰক্ষীৰ লাঠিচাৰ্জৰ লগতে গুলীচালনাত এজন নিৰীহ লোক নিহত হোৱা ঘটনাৰ তদন্তৰ লগতে নিহতৰ পৰিয়ালক ২০ লাখ আৰু আহতৰ ৫ লাখ টকা প্ৰদানৰ দাবীত এই প্ৰতিবাদ ।

Related Articles

Leave a Reply

Close