অসম

বালি মেদক স্বাস্থ্য উপকেন্দ্ৰটোৰ এগৰাকী নাৰ্চে কলৰ ভোঁৰ জৰিয়তে চলাই গৈছে চিকিৎসা

প্ৰথম খবৰ, ঢকুৱাখনা:  অপৰিৱৰ্তিত বান পৰিস্থিতি, ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বালি মেদক স্বাস্থ্য উপকেন্দ্ৰ। চিকিৎসালয়খন এতিয়া সম্পূৰ্ণ ৰূপে পানীত বুৰ গৈছে যদিও এগৰাকী নাৰ্চে কলৰ ভোঁৰ জৰিয়তে গাঁৱৰ বহু ভিতৰুৱা অঞ্চলৰ বানাক্ৰান্তৰ ৰাইজৰ ওচৰত এতিয়াও চিকিৎসা অব্যাহত ৰাখিছে। এতিয়া বালি মেদক গাঁওখনৰ শ শ বিঘা কৃষিভূমি লগতে বহুত ঘৰ-মাটি ভেটি সকলো এৰি এতিয়া মথাউৰিৰ ওপৰতে আশ্ৰয় ল’ব লগা অৱস্থা সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Close