অসম

বাসুগাঁৱত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, কাজলগাঁও: বাসুগাঁৱত পথ দুৰ্ঘটনা । তীব্ৰবেগী মটৰ চাইকেলে খুন্দিয়ালে চাইকেল আৰোহীক। গুৰুতৰভাৱে আহত চাইকেল আৰোহী নাৰায়ণ বৰ্মন (৫০) । সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ। দুৰ্ঘটনাত ৰমাকান্ত ৰায় আৰু মৃদুল ৰায় নামৰ মটৰ চাইকেল আৰোহী দুজনো দুৰ্ঘটনাত আহত হৈছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close