অসম

বিদ্যাভাৰতীৰ মজিয়াত সাহিত্যচার্য্য মহিম বৰাৰ জন্মদিন

প্ৰথম খবৰ,জাজৰি: নগাওঁ জিলাৰ বেবেজীয়াস্থিত অগ্রণী শিক্ষানুষ্ঠান বিদ্যাভাৰতীৰ মজিয়াত দিনযোৰা বৰ্ণাঢ্য ব্যতিক্ৰমী আয়োজনেৰে আজি অনুষ্ঠিত হয় অসমৰ এগৰাকী প্রক্ষাত সাহিত্যিক মহিম বৰাদেৱৰ জন্মদিন। বিদ্যাভাৰতীৰ অধ্যক্ষ লেখক,গৱেষক, ড° মাধুর্য্য মণ্ডিত বৰুৱাদেৱৰ তত্তাৱধানত অনু্ষ্ঠিত হোৱা অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপষ্ঠিত থাকে আৰু বিদ্যাভাৰতীৰ সমূহ শিক্ষকবৃন্দ আৰু সমূহ ছাত্র ছাত্রী উপস্থিত থকা অনুষ্ঠানটো আঁত ধৰে বিদ্যাভাৰতীৰ কাৰ্যালয় প্রমূখ মুনমুন বৰাই। এই অনুষ্ঠানত উপস্থিত থকা সকলোৱেই মহিম বৰা দেৱলৈ গভীৰ শ্রদ্ধা নিবেদন কৰি বিদ্যাভাৰতীৰ সামৰনী প্রার্থনাৰ দ্বাৰা অনুষ্ঠান সামৰণী পৰে।

Related Articles

Leave a Reply

Close