অসম

বিহপুৰীয়াত ধুমুহাৰ তাণ্ডৱ

প্ৰথম খবৰ,বিহপুৰীয়া: লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ বানৰ সমান্তৰালভাবে ধুমুহাই সৃষ্টি কৰিছে তাণ্ডৱলীলা ৷ যোৱা নিশা অহা এজান প্ৰচণ্ড ধুমুহাত বিহপুৰীয়াৰ বদতি, জাপজুপ, লাহলিয়াল আদি অঞ্চল সমূহত বহু পৰিয়াল বাসগৃহ উৰুৱাই নিয়াৰ লগতে বাট পথত গছ উভালি পৰাৰ ফলত যোগাযোগ বৱস্থা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰেছে ৷

Related Articles

Leave a Reply

Close