অসম

বিহালীৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ ৩ মহলীয়া আধাৰশিলা স্থাপন

প্ৰথম খবৰ, বিহালী: আজি বিহালী সমষ্টিৰ বৰগাঙৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ ৩ মহলীয়া গৃহৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই।

Related Articles

Leave a Reply

Close