অসম

বৈদ্যুতিক শ্ব’ৰ্ট ছাৰ্কিটৰ ফলত বহু পৰিয়ালৰ ঘৰ ভস্মীভূত

প্ৰথম খবৰ, পানবাৰী: কালি প্ৰায় ১টা মান বজাত ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত সাধুভাষা নামৰ গাঁৱত বৈদ্যুতিক শ্ব’ৰ্ট ছাৰ্কিটৰ ফলত জুই লাগি ৭টাকৈ পৰিয়ালৰ ৯টা ঘৰ ভস্মীভূত হয়। জানিবপৰা মতে, ৩০০ কুইণ্টল ধান আৰু ৭০ হেজাৰ নগদ টকাৰ লগতে বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ পুৰি ছাৰখাৰ হৈ যায়। কোনো লোক আহত হোৱা নাই।

Related Articles

Leave a Reply

Close