অসমশীৰ্ষ

বোকাখাতত এটি তিনি বছৰীয়া শিশুৰ চিৎকাৰ: স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ আহ্বান

প্ৰথম খবৰ,বোকাখাত: এটি ৩ বছৰীয়া শিশু । নাম অপূৰ্ব বৰা। জন্মৰ পৰাই স্নায়ু দুৰ্বলতাৰ বাবে স্থিৰ হৈ থাকিব নোৱাৰে । অৱশেষত পিতৃ-মাতৃয়ে এটা গাঁত খান্দি আধা অংশ শিশুটিক পুতি থৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে । বোকাখাতৰ খতিয়াখলী গাঁৱৰ মৃদুল বৰাৰ সন্তানটিৰ সুচিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি “প্ৰথম খবৰ”ৰ যোগে হৃদয়বান ৰাইজলৈ আহ্বান জনাইছে । আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালটোক সহায়ৰ বাবে 9954485253 এই নম্বৰত যোগাযোগ কৰিব পাৰে। আনহাতে, এইক্ষেত্ৰত দুৰ্ভগীয়া পৰিয়ালটোৱে চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এক যথোচিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে ৷

Related Articles

Leave a Reply

Close