অসম

ভাৰত-বাংলা সীমান্তত দুৰ্বৃত্তৰ অতপালি

প্ৰথম খবৰ,হাটশিঙিমাৰী: দক্ষিণ শালমাৰাৰ ভাৰত বাংলাদেশ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ কাটিলে দুৰ্বৃত্তই ৷ যোৱা নিশা দুৰ্বৃত্তই কাঁইটীয়া তাৰৰ বেৰ কাটি পলায়ন কৰে ৷ কোনে কিয় কাঁইটীয়া তাঁৰৰ বেৰ কাটিলে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ বি এছ এফে দুৰ্বৃত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close