অসম

ভূৰাগাঁৱত পানীত পৰি শিশুৰ মৃত্যু

প্ৰথম খবৰ, মৰিগাঁও: মৰিগাঁৱৰ ভূৰাগাঁৱত  পানীত পৰি এটি দুবছৰীয়া শিশুৰ মৃত্যু।মৃত শিশুটিৰ নাম চৰিফুল ইছলাম।বৰালিমাৰীৰ জুৰবিল গাঁৱৰ আনিছুৰ জামানৰ পুত্ৰ মৃত শিশুটি ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close