অসম

মঙ্গলদৈ ভূটীয়াচাং আৰু ৰঙামাটি বেংবাৰী মেকেঞ্জী পথ পুনৰ মেৰামতিৰ দাবী আছুৰ

প্ৰথম খবৰ, কলাই গাঁও: দৰং আৰু ওডালগুৰি জিলাৰ মাজেৰে যোৱা উত্তৰাঞ্চলৰ যোগাযোগৰ মূখ্য পথ মঙলদৈ ভূটীয়াচাং পথ আৰু ৰঙামাটি বেংবাৰী মেকেঞ্জী পথ দুটি পুনৰ মেৰামতিৰ দাবীত আজি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকৰ সৈতে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

Related Articles

Leave a Reply

Close