অসম

মহানগৰীৰ নাৰেংগী পানীখাইটিত ভয়ংকৰ ভূমিস্খলন: গুৰুতৰভাৱে আহত স্কুলীয়া ছাত্ৰী

প্ৰথম খবৰ,নাৰেংগী: মহানগৰীৰ নাৰেংগী পানীখাইটিত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলন ফলত গুৰুতৰভাৱে আহত হয় উত্তৰ পূৱ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী দিপীকা বৰ্মন।বিদ্যালয়লৈ আহি থকা পথতে সংঘটিত হয় এই ঘটনা । সংকটজনক অৱস্থাত ছাত্ৰী গৰাকীক জি এম চি লৈ প্ৰেৰণ কৰা হয়। নেপেৰা বৰষুণৰ ফলত হোৱা এই ভূমিস্খলন এতিয়াও অব্যাহত আছে ।

Related Articles

Leave a Reply

Close