অসম

মানিকপুৰৰ ৰাজপথত টকাৰ উজান

প্ৰথম খবৰ,মানিকপুৰ: মানিকপুৰৰ ৰাজপথত পুৰনি নোটৰ উজান । টুকুৰা টুকুৰকৈ কাটি ৰাজপথত পেলাই দিলে ৫০০ আৰু ১০০০ টকীয়া নোট। কোনোবা দূৰ্বৃত্তই লুকাই ৰাখিছিল কোটি কোটি টকা। নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যায় টকাৰ টুকুৰাবোৰ। মানিকপুৰৰ পাতিলাদহা তিনি আলিত সংঘটিত এই ঘটনা।

Related Articles

Leave a Reply

Close