অসম

মিৰ্জাত এটি শিশুৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, মিৰ্জা: মিৰ্জাৰ বৰকুছি গাঁৱত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ। স্থানীয় লোকৰ মতে, অবৈধ সম্পৰ্কৰ বাবে খালত পেলাই থৈ যায় এই শিশুটি।ধাৰণা কৰা মতে দুদিন পূৰ্বে জন্ম গ্ৰহণ কৰা শিশুটি পলিথিনত ভৰাই পেলাই থৈ যায় যদিও পলিথিনৰ পৰা ফাটি বাহিৰত ওলাই অহাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি পলাশবাৰী থানাত খবৰ দিয়ে। পিছত শিশুটিৰ মৃতদেহ পলাশবাৰী থানালৈ লৈ যায়।ইয়াকে লৈ সমগ্র অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close