অসম

মৰাণত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

প্ৰথম খবৰ,মৰাণ: মৰাণত শোকাৱহ ঘটনা। মৰাণত বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু। মৰাণ ডোমৰদলং ইকৰাণি গাঁৱৰ বিবাহিত যুৱকৰ নৱজ্যোতি গগৈয়ে ট্ৰেন্সফৰমাত বাঁহৰে বিদ্যুত সংযোগ কৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ অকাল মৃত্যু হয় ।যুৱকজনৰ জনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close