অসমশীৰ্ষ

মৰিগাৱৰ ধৰমতুলত পথ দুৰ্ঘটনাত নিহত ৩

প্ৰথম খবৰ,মৰিগাৱ: মৰিগাঁৱৰ ধৰমতুলত শোকাৱহ পথ দুৰ্ঘটনা। গুৱাহাটী দিশৰ পৰা নগাঁৱ অভিমুখী এখন পালচাৰ বাইকে দলংৰ ৰেলিঙত খুন্দিয়াই দ’ খাৱৈত বাগৰি পৰে । ফলত থিতাতে নিহত হয় বাইক আৰোহী তিনিজন । নিহত যুৱক তিনিজনৰ মৰিগাৱ বুঢ়াগাৱৰ শিৱ বৰদলৈ, ৰক্তিম বৰদলৈ আৰু শিৱাজী ৰাহাং বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close