অসম

মৰিধলত পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

প্ৰথম খবৰ, চিচিবৰগাঁওঃ কিছুসময়ৰ আগতে মৃত্যুদূতৰূপী ৫২ নং ৰাষ্ট্রীয় ঘাইপথত অলপতে আজি সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ দিলে মৰিধল মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চেনিৰাম কোঁচ ওৰফে চেনি কাই। বাতৰি লিখা পৰলৈকে দুৰ্ঘটনাৰ সৱিশেষ জানিব পৰা নাই।

Related Articles

Leave a Reply

Close