অসম

যুৱ কংগ্ৰেছ কৰ্মী গুলজাৰ খানক হত্যা কৰা চতুৰ্থজন অভিযোগকাৰী আটক

প্ৰথম খবৰ, নাওবৈচা: লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত যুৱনগৰত ২১ জুন ১৭ তাৰিখে যুৱ ব্যৱসায়ী তথা যুৱ কংগ্ৰেছ কৰ্মী গুলজাৰ খানক অচিনাকী দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে৷ পৰিয়ালৰ লোকে লালুক আৰক্ষীক এক গোচৰ তৰা ভিত্তি কৰি লালুক আৰক্ষীয়ে খুব কৌশলেৰে অনুসন্ধান কৰি চতুৰ্থজন অভিযোগকাৰী ফুকনদলনি পৰা চাবিজুল ইছলাম ওৰফে ছাইফুল নামৰ ধৃতজনক আটক কৰে৷

Related Articles

Leave a Reply

Close