অসম

লংকাত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,লংকা: লংকাৰ কাকীত মৃতদেহ উদ্ধাৰ। কাকীৰ ডিমৰু নৈত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো মহেন্দ্ৰ ডেকাৰজাৰ বুলি চিনাক্ত। শনিবাৰে নিশা বানত উটি গৈছিল মহেন্দ্ৰ ডেকাৰজা। এন ডি আৰ এফ ,এচ ডি আৰ এফ তথা প্ৰশাসনৰ তৎপৰতাত আজি উদ্ধাৰ কৰা হয় মৃতদেহটো।

 

Related Articles

Leave a Reply

Close