অসমগুৱাহাটী

লটিঘটিৰ কৰ্মশালাত প্ৰথমবাৰৰ বাবে ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৭

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ জনপ্ৰিয় টি-চাৰ্ট ব্ৰেণ্ড “লটি ঘটি”য়ে আয়োজন কৰিছে ফেশ্বন জগতৰ লগত সংগতি থকা এক কৰ্মশালাৰ। কৰ্মশালাত উপস্থিত থাকিব বিউটি কোচ্চ  চাও পৰাণ জে. গগৈ আৰু ফেমিনা মিছ ইণ্ডিয়া ত্ৰিপুৰা ২০১৭ ৰিংকী চাকমা।  কৰ্মশালাত মডেলিং, গ্ৰুমিং, পাৰ্চনেলিটী ডেভলপমেণ্ট ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ২৭ জুলাইৰ পৰা ৩১  জুলাইলৈ হ’বলগীয়া এই কৰ্মশালাত যোগদান কৰিবলৈ যোগাযোগ কৰক- ৯৮৫৪০৪৯৫০৫ নম্বৰত.
অফিচৰ ঠিকনা-
৬ নং ফ্ল’ৰ,মনিশা চেবুলন
বিষ্ণুজ্যোতি পথ,লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত
হাতীগাওঁ,গুৱাহাটী-৩৮

Related Articles

Leave a Reply

Close