অসম

লামডিঙত অঘটন

প্ৰথম খবৰ,লামডিং: লামডিঙত নিশা চাঞ্চল্যকৰ ঘটনা ৷ লামডিঙৰ বৌদ্ধ মন্দিৰত অঘটন ৷ ৪ জনক কোনো দুৰ্বৃত্তই খাদ্যৰ লগত দিলে বিহ ৷ দুজন ভিক্ষুসহ দুজন ব্যক্তি চিকিৎসাধীন লামডিং ৰেলৱ’ চিকিৎসালয়ত ৷ সংকটজনক অৱস্থাত দুজন ভিক্ষুক হোজাইৰ হাম হস্পিতাললৈ প্ৰেৰণ ৷

Related Articles

Leave a Reply

Close