অসম

লাহৰীঘাটত চুৰিকাণ্ড

প্ৰথম খবৰ,লাহৰীঘাট: যোৱানিশা লাহৰীঘাট আৰক্ষী চকীৰ পৰা মাত্ৰ ৫০মিটাৰ দূৰত্বত থকা এখন কপোৰৰ দোকানত চুৰি কাণ্ড সংঘটিত হয় ৷ চোৰে নগদ ৭৫ হাজাৰ টকাৰ লগতে প্ৰায় ২৫ হাজাৰ টকাৰ মূল্যৰ বিভিন্ন ধৰণৰ কাপোৰ কানি লুটি লৈ যায় ৷

Related Articles

Leave a Reply

Close