অসম

লেখা আহ্বান

প্ৰথম খবৰ, টেঙাখাত: অসম লেখিকা সংস্থাৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনখন টেঙাখাত লেখিকা সংস্থাৰ সহযোগত ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত টেঙাখাত মহাবিদ্যালয়ত অনুষ্ঠিত কৰা যো-জা কৰা হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা ভিত্তিত গল্প, কবিতা, প্ৰৱন্ধ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। প্ৰৱন্ধৰ বিষয়- ” শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক দিশত নাৰীসকলৰ ভূমিকা” (এহেজাৰ শব্দৰ ভিতৰত)। প্ৰতিযোগীসকলে তেওঁলোকৰ লেখা ২৪ আগষ্টৰ ভিতৰত জমা দিব পাৰিব। উৰ্মিলা বৰগোঁহাই, পত্ৰিকা সম্পাদক, জাচিংফা, ১ নং নাহৰণি, ডাক- দীঘলীয়া, ডিব্ৰুগড়, পিন- ৭৮৬১০১ ফোন- ৯৯৫৭৬৯৬৪৯৯॥

Related Articles

Leave a Reply

Close